সম্পৰ্কীয় বাতৰি

অৱশেষত CBIৰ অন্তিমটো গোচৰত জামিন লাভ কৰিলে চুমি বৰাই।

ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে অভিনেত্ৰী চুমি বৰা।

গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে জামিন।

ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ চুমিৰ।

জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি।

ট্ৰেডিং কেলেংকাৰিত চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ।

বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ।

0Shares