অসমত গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব।

অসম চৰকাৰে গো-পালকসকলৰ বাবে যোগান ধৰিব ‘গো-প্ৰজন্ম প্ৰতিষেধক’।

এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

0Shares