ৰূপহীহাটৰ বাটমাৰীত দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই লুটি নিয়ে ১লাখ ২২হাজাৰ নগদ টকা।

বাটমাৰীৰ আশ্বিকুৰ ৰহমানৰ CSPত দুই জনীয়া চোকা অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিয়ে ধনখিনি।

দুৰ্বৃত্তৰ দলটোৱে CSP ৰ স্বত্বাধিকাৰী আশ্বিকুৰ ৰহমানক শাৰীৰিকভাৱে প্ৰহাৰ কৰি চলাই লুটপাট।

টকা উলিয়াবলৈ যোৱা এজন গ্ৰাহকৰ সন্মুখত CSP ৰ স্বত্বাধিকাৰীক প্ৰহাৰ কৰি ধন লৈ যোৱাৰ অভিযোগ।

ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে তদন্ত।

ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী আশ্বিকুৰ ৰহমানে।

0Shares