অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে এক ভাল খবৰ।
এতিয়াৰে পৰা এই আঁচনিৰ সুবিধা পাবলৈ নালাগে কোনো উপাৰ্জনৰ প্ৰমাণ পত্ৰ।
মাত্ৰ বৈধ ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় ৩.০ ৰ সুবিধা।
ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই কথা। প্ৰকাশ কৰিছে স্পষ্টীকৰণ।
A rooted digital media and news platform