সম্পৰ্কীয় বাতৰি

এখন অটোৰিক্সাক গঢ়ি তোলা হৈছে মিনি লাইব্ৰেৰী হিচাপে।

বেংগালুৰুৰ এজন অটোৰিক্সা চালকে নিজৰ অটোৰিক্সাখনৰ ভিতৰত ৰাখিছে কিতাপৰ ৰেক।

যাত্ৰী সকলে ইচ্ছা কৰিলে ভ্ৰমণৰ সময়ত অধ্যয়ন কৰিব পাৰে উক্ত কিতাপ।

তেওঁৰ মিনী লাইব্ৰেৰীত লিখা আছে – “Free for all, take if you wish”।

বহু মূল্যৱান কিতাপ আছে তেওঁৰ লাইব্ৰেৰীত।

বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল সেই দৃশ্য।

0Shares