দাম কমিল সোণৰ। বিয়াৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বেই আহিছে এক ভাল খবৰ। হ্ৰাস পাইছে সোণৰ মূল্য। চলিত সপ্তাহৰ আৰম্ভণিৰ পৰা সোণৰ মূল্য হ্ৰাস পাই আহিছে।

বিভিন্ন প্ৰকাৰৰ সোণ আছে। আটাইতকৈ বিশুদ্ধ সোণ হৈছে ২৪ কেৰেট। ইয়াক পকা সোণ বুলিও কোৱা হয়। ইয়াক বান্ধ আৰু মুদ্ৰা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। গহনাৰ সোণ সাধাৰণতে ২২ কেৰেট হয়। বৰ্তমান ২২ কেৰেট সোণৰ ১০ গ্ৰাম মূল্য ৪০,৪৪০ টকা। ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হৈছে ৪৬,৮৪০ টকা। 

কলকাতাত ১ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৪,৯৩৫ টকালৈ হ্ৰাস পাইছে। চেন্নাইত ১০ গ্ৰাম ২২ কেৰেট সোণ ৭৪,৪৪০ টকাত বিক্ৰী কৰা হৈছে। ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য হৈছে ৪৬,৮৪০ টকা।

0Shares