অৱশেষত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিল।
মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিলে বিধায়ক ক্ৰমে- প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই।
ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উজনিৰ দুজন আৰু বৰাকৰ দুজন বিধায়ক পালে সম্প্ৰচাৰিত মন্ত্ৰীসভাত স্থান।
অৱশ্যে মন্ত্ৰীসভাৰ পৰা বাদ পৰিল সঞ্জয় কিষাণ। কৰিলে পদত্যাগ।