আপুনি সাধাৰণতে ডাক্তৰ, উকীল, আৰক্ষী আদিয়ে নিজৰ গাড়ীত নিজৰ পেছাৰ টেগ ব্যৱহাৰ কৰা দেখিছে।

আচলতে ব্যক্তিজনৰ পৰিচয় হৈ পৰে সেই টেগ।

ব্যৱহাৰ কৰাৰ কাৰণ হ’ল, যাতে ব্যক্তিজনক উক্ত বৃত্তিৰ বুলি ধৰিব পাৰে সকলোৱে।

কিন্তু এইবাৰ দেখা গৈছে এনে এখন গাড়ী, য’ত লগোৱা আছে “কৃষক”ৰ টেগ।

বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল সেই দৃশ্য।

নিশ্চয়কৈ কৃষকসকল হৈছে আমাৰ অন্নদাতা। গতিকে তেওঁলোকক আমি সন্মান কৰা উচিত। তেওঁলোক সমাজত বেছি সন্মানৰ যোগ্য।

0Shares