সম্পৰ্কীয় বাতৰি

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় অৰ্থনীতিৰ “কাৰিকৰ” মনমোহন সিঙৰ দেহাৱসান।

অৱসান ঘটিল”মোহন” যুগৰ।

৯২ বছৰ বয়সত মৃত্যু হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ।

বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ এইমছত জৰুৰীভাৱে ভৰ্তি কৰোৱা হৈছিল তেওঁক।

0Shares