সম্পৰ্কীয় বাতৰি

গ্ৰন্থপ্ৰেমী ৰাইজৰ অধীৰ উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পেলাই আহি আছে চলিত বৰ্ষৰ ‘অসম গ্ৰন্থমেলা’।

অহা ২৭ ডিচেম্বৰ,২০২৪ৰ পৰা ৭ জানুৱাৰী,২০২৫লৈ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসমবাসীৰ হেঁপাহৰ গ্ৰন্থ উৎসৱ ‘অসম গ্ৰন্থমেলা’।

0Shares