সম্পৰ্কীয় বাতৰি

বিশ্বৰ আগশাৰীৰ ব্যৱসায়ী এলন মাস্কলৈ আহিছে গুৰুতৰ অভিযোগ।

এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্কৰ ফলত জন্ম হল মাস্কৰ এটি শিশু।

এই কথা অভিযোগ কৰিছে মহিলা গৰাকীয়ে। যি বিষয়ক লৈ চৰ্চা হৈছে সৰ্বত্ৰ।

খবৰ অনুসৰি, মহিলা গৰাকীৰ নাম এছলে ছেইণ্ট ক্লেয়াৰ।

তেওঁ এগৰাকী Conservative Influencer।

তেওঁ অভিযোগ কৰিছে যে তেওঁ গোপনে জন্ম দিয়ে এটি সন্তান।

যিটো এলন মাস্কৰ ১৩ সংখ্যক সন্তান।

গৰ্ভধাৰণৰ পিছতেই তেওঁক এই কথা গোপনে ৰাখিবলৈ কৈছিল মাস্কে।

আৰু সেয়েহে তেওঁ গৰ্ভধাৰণৰ পিছতে সম্পূৰ্ণ ৰূমৰ ভিতৰত দিন কটাইছিল।

0Shares