সম্পৰ্কীয় বাতৰি

বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা।

মহাকুম্ভৰ ত্ৰিবেণী সংগমত অসমবাসীৰ মংগলাৰ্থে স্নান কৰিলে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে।

লগতে স্নান কৰিলে সত্ৰৰ বৈষ্ণৱসকলে।

0Shares