সম্পৰ্কীয় বাতৰি

আজি অসম দিৱস।

মহান আহোম স্বৰ্গদেউ চাওলুং ছ্যুকাফাই একতাৰ ডোলেৰে বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ ভেটি টনকিয়াল কৰিছিল।

লগতে সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

স্বৰ্গদেউৰ শৌৰ্য-বীৰ্য আৰু কৰ্মৰাজিৰ বৰ্ণাঢ্য গাথাই বৃহত্তৰ অসমীয়া জাতিক অনুপ্ৰাণিত কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে পথ প্ৰদৰ্শন কৰি আহিছে।

আজি ‘অসম দিৱস’ৰ পৱিত্ৰ ক্ষণত তেখেতলৈ যাচিছোঁ গভীৰ শ্ৰদ্ধাৰ্ঘ।

0Shares